UNITED ORGANIC SMALL FARMERS AND PRODUCERS COOPERATIVE SOCIETY LTD

Formation of the Board of Directors (UOSFPA ৰ সঞ্চালক মণ্ডলীৰ গঠণ প্ৰক্ৰিয়া):

  • The UOSFPA Main Board Committee will consist of a maximum of 21 members. UOSFPA ৰ মূল বৰ্ড কমিটিত উচ্চতম ২১জন সভ্য থাকিব।
  • The formation of this committee shall be in accordance with the registered by-laws of the cooperative.এই সমিতি গঠণ প্ৰক্ৰীয়া সমবায়ৰ পজ্ঞিকৃত উপবিধিৰ মতে হব।
  • This committee shall be elected from among the district representatives sent from each member district. In this case, a district can send only one representative. এই সমিতিখন প্ৰতি সভ্য জিলাৰ পৰা পঠিওৱা জিলা প্ৰতিনিধিৰ পৰা নিৰ্বাচন কৰিব। এই ক্ষেত্ৰত এখন জিলাই এজনহে প্ৰতিনিধি পঠিযাব পাৰিব।