ECOLOGICAL ORGANIC VILLAGE PROMOTION FOR FUTURE ASSAM

The Environmental Organic Village Development Program is designed to promote rural economic development according to favorable and adverse environmental conditions, while preserving social values, equity, and integrity , and presenting the country’s socio-economic environment in a holistic manner. পৰিবেষগত জৈৱিক গাঁও উন্নিতকৰন প্ৰগাম হৈছে অনুকুল আৰু প্ৰতিকুল পৰিবেশ অনুসৰি গ্ৰাম্য অৰ্থনীতি উন্নয়ন কৰা আৰু সামাজিক মূল্যবোধ, সমতা আৰু অসণ্ডতা বক্ষা কৰি দেশৰ আৰ্থ-সামাজিক পৰিবেষ গোলকীয়ভাবে উপস্থাপন কৰা।