Description
অসমত উৎপাদিত জৈৱিক উৎপাদসমুহ যাতে ভেজাল কৰাত ব্যৰ্থ হয়, এই উৰ্দেশ্যে আমি উৎপাদন ভেদে বাধ্যবাধকতা ৰাখিছো। এই ক্ষেত্ৰত জৈৱিক উৎপাদ হিচাপে চাহক দুই ভাগত ভাগ কৰা হৈছে। প্ৰথমতে, ৯৯% ৰাসায়নিক অৱশিষ্ট বিহীন চাহহে বিশেষ চাহ যেনে: অৰ্থডক্ম সেউজ চাহ, অৰ্থডক্ম কোলা চাহ, বগা চাহ, সোনালী চাহ, ঢেঁকী চাহ আদি জৈৱিক হিচাপে বজাৰ উপস্থাপন কৰিব পাৰিব। এই ক্ষেত্ৰত জৈৱিকলৈ ৰূপান্তৰিত কেঁচা চাহ বিশেষ চাহ হিচাপে বজাৰ উপস্থাপন কৰিব নোৱাৰিব। জৈৱিকলৈ ৰূপান্তৰিত চাহ চি টি চি চাহ হিচাপে বজাৰ উপস্থাপন কৰিব। To ensure that organically produced products from Assam are not adulterated, we have imposed mandatory conditions based on the type of production. In this context, tea classified as an organic product has been divided into two categories. First, only tea that is 99% free from chemical residues can be marketed as specialty tea, such as orthodox green tea, orthodox black tea, white tea, golden tea, dheki tea, etc., under the organic category. In this case, green tea leafs that is under conversion to organic cannot be marketed as specialty tea.
Tea that is under conversion to organic shall be marketed only as CTC tea.







Reviews
There are no reviews yet.